This is a sample video. To access the full content, please Login
No questions yet
619 visits
Outline:এৰে পার্লত উপলব্ধৰ পৰা এটা ডাটা স্ট্রাকচাৰ হয় পার্লত এৰে, কোনো ডেটা টাইপৰ উপাদান ৰাখিব পাৰে. পার্লত এৰে, ইয়াৰ পৰা উপাদান বোৰ যোগ / অতৰুৱাৰ উপৰত নির্ভৰ কৰি অপসৃত/ প্ৰসাৰিত ( shrinks / stretches) হয় . এৰেৰ শেষ ইনডেক্স হল: $#array এৰে দৈর্ঘ্যৰ গণনা: $#array+1 OR scalar (@array) OR $length = @array এৰেৰ উপাদানবোৰ সংগৃহীত কৰা যায়: $arrayName[indexOfElement] আমি for and foreach loop ব্যবহাৰ কৰি এৰেৰ প্রতিটো উপাদানবোৰ পুনৰুক্তি কৰিব পাৰো
এৰে পার্লত উপলব্ধৰ পৰা এটা ডাটা স্ট্রাকচাৰ হয় পার্লত এৰে, কোনো ডেটা টাইপৰ উপাদান ৰাখিব পাৰে. পার্লত এৰে, ইয়াৰ পৰা উপাদান বোৰ যোগ / অতৰুৱাৰ উপৰত নির্ভৰ কৰি অপসৃত/ প্ৰসাৰিত ( shrinks / stretches) হয় . এৰেৰ শেষ ইনডেক্স হল: $#array এৰে দৈর্ঘ্যৰ গণনা: $#array+1 OR scalar (@array) OR $length = @array এৰেৰ উপাদানবোৰ সংগৃহীত কৰা যায়: $arrayName[indexOfElement] আমি for and foreach loop ব্যবহাৰ কৰি এৰেৰ প্রতিটো উপাদানবোৰ পুনৰুক্তি কৰিব পাৰো
Show video info
Pre-requisite